News & Information
- List of Students who can avail Book Grant from Govt. of Assam. Click Here to Download
Admission Notice
ইয়াৰ দ্বাৰা কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ত BA 1St Semester -Regular Course(Pass Course)ত admission লব বিচৰা সমূহ ছাত্ৰ ছাত্ৰীক জনোৱা যায় যে মহাবিদ্যালয়ৰ দ্বাৰা ঘোষিত Merit List অনুসাৰে অহা 22/07/2022 আৰু 23/07/2022 তাৰিখে ৰাতিপুৱা 10 বজাৰ পৰা admission প্ৰক্ৰিয়া আৰম্ভ কৰা হব।
বাচনিকৃত ছাত্ৰ ছাত্ৰী সকলে নিৰ্দিষ্ট দিনা নিজৰ নিম্নলিখিত documents সমূহ লৈ মহাবিদ্যালয়ত আহিব লাগিব আৰু admission প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। বাছনি সূচিত নাম প্ৰকাশ পোৱা ছাত্ৰ ছাত্ৰী সকলে নিৰ্দিষ্ট দিন আৰু সময়ত উপস্থিত থাকি admission প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব নোৱাৰিলে Waiting List ৰ পৰা সেইদিনাই অন্য ছাত্ৰ ছাত্ৰীৰ উক্ত স্থানত admission কৰিবলৈ সুবিধা দিয়া হব আৰু কোনো ছাত্ৰ ছাত্ৰীৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা নহয়।
Admission ৰ সময়ত আনিবলগীয়া নথি পত্ৰ সমূহ –
১) Online form submission ৰ printed কপী
২) Unique ID ৰ কপি
৩) Income Certificate
৪) HSLC পৰীক্ষাৰ Marksheet,Certificate,Admit,Registration (Original আৰু Xerox)
৫) HS পৰীক্ষাৰ Marksheet,Certificate,Admit,Registration (Original আৰু Xerox)
৬) Caste certificate (জাতিগত প্ৰমাণপত্ৰ – SC/ST/OBC/MOBC Original আৰু Xerox)
৭) 2 লাখ টকাৰ কম আয় থকা পৰিয়ালৰ ছাত্ৰ ছাত্ৰীৰ বাবে Admission Fees -400/- টকা আৰু ছাত্ৰ একতা সভাৰ মাছুল
৮) 2 লাখ টকাৰ বেছি আয় থকা/ চৰকাৰী চাকৰি থকা পৰিয়ালৰ ছাত্ৰ ছাত্ৰীৰ বাবে Admission Fees Major -4940/- আৰু Regular Course ৰ বাবে 4720/- টকা আৰু ছাত্ৰ একতা সভাৰ মাছুল।
(বি.দ্ৰ: Regular Course ৰ বাবে নিম্নলিখিত ধৰণে Cut Off marks তৈয়াৰ কৰা হৈছে। যদি কোনোবা ছাত্ৰ ছাত্ৰীৰ নাম উক্ত cut off marks তকৈ অধিক আছে কিন্তু Merit List ত নাম সন্নিবিষ্ট হোৱা নাই তেন্তে তেনে ছাত্ৰ ছাত্ৰী সকলেও উপৰক্ত সকলো নথি পত্ৰ সমূহ লৈ মহাবিদ্যালয়ত আহিব লাগিব ।
Cut off marks –
1. Unreserved Category – Merit List- 46.4%
Waiting List- 43.6%
Date of Admission-22/07/2022 ৰাতিপুৱা 10 বজাৰ পৰা
2. OBC Category-
Merit List-39.4%
Waiting List-37.4%
Date of Admission-23/07/2022
ৰাতিপুৱা 10 বজাৰ পৰা
3. SC Category-Merit List- 36.8%
(অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ থকা ছাত্ৰ ছাত্ৰী যি সকলে অনলাইন কৰিছিল কিন্তু তেওঁলোকৰ নাম প্ৰকাশ পোৱা নাই সেইসকল সমূহ ছাত্ৰী ছাত্ৰী উপৰোক্ত প্ৰমাণ পত্ৰ সহ আহি নাম ভৰ্তি কৰিব পাৰিব)
Admission-23/07/2022
ৰাতিপুৱা 10 বজাৰ পৰা
4. ST Category- Merit List -37%
Waiting List- 31.6%
Admission-23/07/2022
ৰাতিপুৱা 10 বজাৰ পৰা
5. Fringe Village Quota-
Date of Admission-23/07/2022
ৰাতিপুৱা 10 বজাৰ পৰা।
NOTICE: 02/07/2022 : Click here for Instruction for Admission ☛ Admission Notice
Click here to Apply
Important dates:
- Date of submission of online application: From 03/07/2022 to 09/07/2022.(Extended till 11/07/2022)
- Publication of merit/selection list: 15/07/2022
- Document verification and confirmation of admission:
- Honours course: 20th and 21st July, 2022
- Regular course : 22nd and 23rd July, 2022
MERIT LIST
- Major
- Pass Course (General)
Dr. Utpal Ch. Hajong— Principal

Dr. Utpal Ch. Hajong, M.Phil., Ph.D.
- Principal
It is a long established fact that a reader will be distracted by the readable content of a page when looking at its layout. The point of using Lorem Ipsum is that it has a more-or-less normal distribution of letters, as opposed to using ‘Content here, content here’, making it look like readable English. Many desktop
Dr. Dhruba Jyoti Sarmah
- Vice Principal
It is a long established fact that a reader will be distracted by the readable content of a page when looking at its layout. The point of using Lorem Ipsum is that it has a more-or-less normal distribution of letters, as opposed to using ‘Content here, content here’, making it look like readable English. Many desktop publishing packages and web page editors.
It is a long established fact that a reader will be distracted by the readable content of a page when looking at its layout.

College Diaries








